| বৰ্তমান আমি ABC SKILL DEVELOPMENT COUNCIL এ অসমৰ প্ৰতিখন জিলাৰ সকলো ঠাইতে পুনৰ Authorized Computer Education Centre মুকলি কৰিব বিচাৰিছো। গতিকে, ইচ্ছুক ব্যক্তি/বৰ্তমান চলি থকা কম্পিউটাৰ কেন্দ্ৰসমুহে আমাক অনলাইন আবেদন কৰিব পাৰে। অন্যথা, WhatsAppৰ জৰিয়তেও সবিশেষ জানিব পাৰে। |